দেশৰ কেইবাখনো ৰাজ্যত মাস্ক পিন্ধাতো বাধ্যতামূলক



  • কোৰোনাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কেইবাখনো ৰাজ্যত মাস্ক পিন্ধাতো কৰা হৈছে বাধ্যতামূলক।
  • দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, চণ্ডীগড়, মহাৰাষ্ট্ৰত মাস্কৰ পিন্ধাটো বাধ্যতামূলক কৰিছে চৰকাৰে।
  • ইফালে উত্তৰ প্ৰদেশ আৰু দিল্লীৰ বহুকেইটা স্থান ছীল কৰিছে প্ৰশাসনে।
  • অধ্যাধিক কোৰোনা সংক্ৰমিত হোৱা দিল্লীৰ ২০ টা স্থাম ছীল কৰিছে দিল্লী চৰকাৰে।

Post a Comment

0 Comments