ভাৰতত মৃত্যুৰ সংখ্যা ১৮৬লৈ বৃদ্ধি, মহাৰাষ্ট্ৰতে মৃত্যু হৈছে ৭২ গৰাকী লোকৰ, সবিশেষ

সময়ঃ ৯ এপ্ৰিল দিনৰ সন্ধিয়া ৬ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৫৩৩,৫৪২
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৮৯,৭৪৭
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃইটালীত ঃ ১৭,৬৬৯ জন
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃআমেৰিকাত ঃ ৪৩৫,১৬০ জন
কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
  • আমেৰিকাঃ ১৪,৭৯৭জন।
  • ইটালীঃ ১৭,৬৬৯জন।
  • চীনঃ ৩,৩৩৫জন।
  • স্পেইনঃ ১৫,২৩৮জন।
  • ইৰাণঃ ৩,৯৯৩ জন।
  • ইংলেণ্ডঃ ৭,০৯৭জন।
  • ফ্ৰান্সঃ ১০,৮৬৯জন।
  • বাংলাদেশঃ ২১ জন।
  • পাকিস্তানঃ ৬৩জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ৮৬জন।
  • গ্ৰীচঃ ৮৩জন।
  • জাপানঃ ৯৪ জন।
  • ভাৰতঃ ১৮৬জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৬২৮৯জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ১৮৬জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–
  • অসমঃ ২৮
  • মহাৰাষ্ট্ৰঃ ১২৯৭
  • তামিলনাডুঃ ৭৩৮
  • দিল্লীঃ ৬৬৯
  • তেলেংগানাঃ ৪৫৩
  • ৰাজস্থানঃ ৪৩০
  • কেৰালাঃ ৩৪৮
  • উত্তৰপ্ৰদেশঃ ৩৬১
  • অন্ধ্ৰপ্ৰদেশঃ ৩৪৮
  • মধ্যপ্ৰদেশঃ ৩৪৭
  • গুজৰাটঃ ২৪১
  • কৰ্ণাটকঃ ১৯৭
  • হাৰিয়ানাঃ ১৭০
  • জম্মু-কাশ্মীৰঃ ১৮৪
  • পঞ্জাৱঃ ১১৭
  • পশ্চিমবংগঃ ১০৩
  • বিহাৰঃ ৫১
  • উত্তৰাখণ্ডঃ ৩৫
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১১
  • চত্তীশগড়ঃ ১৮
  • গোৱাঃ ৭
  • ঝাৰখণ্ডঃ ১৩
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • মিজোৰামঃ ১

Post a Comment

0 Comments