ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯১৬ লৈ বৃদ্ধি, আৰোগ্য হৈছে ৫৬৫ গৰাকী…



  • ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯১৬ লৈ বৃদ্ধি।
  • ইফালে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ১৭৯ গৰাকীলৈ।
  • দেশত সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।
  • মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত হৈছে ১১৩৫ গৰাকী লোক।
  • ইফালে কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ৫৬৫ গৰাকী ৰোগীয়ে।

Post a Comment

0 Comments