লকডাউন অমান্য কৰি অসমত কিমান জন সোমাইছে ৰঙাঘৰত, পঢ়ক সবিশেষ…




  • অসম আৰক্ষীয়ে লকডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে ৰাজ্যজুৰি চলাইছে ব্যাপক অভিযান৷
  • ৰাজ্যত বৰ্তমানলৈকে লকডাউন অমান্য কৰা ১০৯৪টা ঘটনা সংঘটিত হৈছে৷
  • আৰক্ষীয়ে এই ঘটনাৰ বাবে ৰাজ্যজুৰি ৰুজু কৰিছে ৫৬২টা গোচৰ আৰু গ্ৰেপ্তাৰ কৰিছে ১২৩৫ জনক৷
  • নাও,গাড়ী, দুচকীয়া বাহনসহ জব্দ কৰিছে ৫৭৫৯খন৷
  • জৰিমনা সংগ্ৰহ কৰিছে ২১ লাখ ৫০ হাজাৰ ৮০০ টকা৷
  • উৰা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে অৰ্ধশতাধিক গোচৰ৷
  • বৰ্তমানলৈকে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰকাশ কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে ৫২টা গোচৰ আৰু গ্ৰেপ্তাৰ কৰিছে ২৫জন লোকক৷
  • গ্ৰেপ্তাৰ কৰা লোকৰ ভিতৰত আছে ধিঙৰ বিধায়ক আমিনুল ইছলামো৷

Post a Comment

0 Comments