কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৮১ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

সময়ঃ  এপ্ৰিলৰ নিশা ১২ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ,৪১০,৪৩৮ জন
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৮১,০১৫ জন
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (৭,১২৭জন)
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ( ৮৬,১৯৪জন)কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
আমেৰিকাঃ ১২,২৪৬জন।
• ইটালীঃ ১৭,১২৭জন।
• চীনঃ ৩,৩৩১জন।
• স্পেইনঃ ১৩,৮৯৭জন।
• ইৰাণঃ ৩,৮৭২ জন।
• ইংলেণ্ডঃ ৬১৫৯জন।
• ফ্ৰান্সঃ ১০,৩২৮জন।
• বাংলাদেশঃ ১৭ জন।
• পাকিস্তানঃ ৫৬জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৫৮জন।
• গ্ৰীচঃ ৮১জন।
• জাপানঃ ৯২জন।
• ভাৰতঃ ১৫৭জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৫৩৩৭জন
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৫৭জন
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা
  • অসমঃ ২৮
  • মহাৰাষ্ট্ৰঃ ১০১৮
  • কেৰালাঃ ৩৩৬
  • তামিলনাডুঃ ৬৯০
  • দিল্লীঃ ৫৭৬
  • অন্ধ্ৰপ্ৰদেশঃ ৩১৪
  • ৰাজস্থানঃ ৩৪৩
  • তেলেংগানাঃ ৪০৪
  • উত্তৰপ্ৰদেশঃ ৩৩২
  • কৰ্ণাটকঃ ১৭৫
  • মধ্যপ্ৰদেশঃ ২৯০
  • গুজৰাটঃ ১৭৫
  • জম্মু-কাশ্মীৰঃ ১২৫
  • পঞ্জাৱঃ ৯৯
  • হাৰিয়ানাঃ ১৪৩
  • পশ্চিমবংগঃ ৯১
  • বিহাৰঃ ৩৪
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ৩১
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ ৪
  • মিজোৰামঃ ১

Post a Comment

0 Comments