তেওঁলোকে জম্মু-কাশ্মীৰত কেৱল সন্ত্ৰাসবাদীকে প্ৰত্যুত্তৰ দিয়া নাই, দৰিদ্ৰক লকডাউনৰ লৈকে যোগান ধৰিব খাদ্য…তেওঁলোকে জম্মু-কাশ্মীৰত কেৱল সন্ত্ৰাসবাদীকে প্ৰত্যুত্তৰ দিয়া নাই, দৰিদ্ৰক লকডাউনৰ লৈকে যোগান ধৰিব খাদ্য…



জম্মু-কাশ্মীৰত কেৱল সন্ত্ৰাসবাদীৰে সংঘৰ্ষই নকৰে বিএছএফ জোৱানে। লকডাউনৰ সময়ত সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিয়াৰ লগতে বিতৰণ কৰিছে দৰিদ্ৰজনক খাদ্য সামগ্ৰীও। দিন হাজিৰা কৰি ঘৰ চলোৱা লোকসকলক খাদ্যৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে বিএছএফ জোৱানসকলে।
Image

পুলৱামাৰ পামপৰেত খাদ্য-সামগ্ৰী বিতৰণ কৰা এগৰাকী জোৱানে জনোৱা অনুসৰি তেওঁলোকে ১০০ টা দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিছে খাদ্য সামগ্ৰী। তেওঁলোকে লকডাউন অব্যাহত থকালৈকে এইসকল দৰিদ্ৰ লোকক যোগান ধৰিব খাদ্য সামগ্ৰী।
Image

Post a Comment

0 Comments