৮ এপ্ৰিলৰ বিয়লি ২ বজালৈ কোৰোনা ভাইৰাছত ক’ত, কিমান লোক হৈছে আক্ৰান্ত, সবিশেষ…

সময়ঃ ৮ এপ্ৰিলৰ বিয়লি ২ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ১,৪৩৪,৮৮৬ জন
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৮২,১৯১
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃইটালীত (১৭,১২৭জন)
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃআমেৰিকাত (৪০০,৫৪৯জন)
কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
  • আমেৰিকাঃ ১২,৮৫৭জন।
  • ইটালীঃ ১৭,১২৭জন।
  • চীনঃ ৩,৩৩৩জন।
  • স্পেইনঃ ১৪,০৪৫জন।
  • ইৰাণঃ ৩,৮৭২ জন।
  • ইংলেণ্ডঃ ৬১৫৯জন।
  • ফ্ৰান্সঃ ১০,৩২৮জন।
  • বাংলাদেশঃ ১৭ জন।
  • পাকিস্তানঃ ৫৮জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ৬৩জন।
  • গ্ৰীচঃ ৮১জন।
  • জাপানঃ ৯৩ জন।
  • ভাৰতঃ ১৬৫জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৫৩৬০জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ১৬৪জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–
  • অসমঃ ২৮
  • মহাৰাষ্ট্ৰঃ ১০১৮
  • তামিলনাডুঃ ৬৯০
  • দিল্লীঃ ৫৭৬
  • তেলেংগানাঃ ৪০৪
  • ৰাজস্থানঃ ৩৪৮
  • কেৰালাঃ ৩৩৬
  • উত্তৰপ্ৰদেশঃ ৩৩২
  • অন্ধ্ৰপ্ৰদেশঃ ৩১৪
  • মধ্যপ্ৰদেশঃ ২৯০
  • গুজৰাটঃ ১৭৯
  • কৰ্ণাটকঃ ১৭৫
  • হাৰিয়ানাঃ ১৪৩
  • জম্মু-কাশ্মীৰঃ ১২৫
  • পঞ্জাৱঃ ৯৯
  • পশ্চিমবংগঃ ৯১
  • বিহাৰঃ ৩৮
  • উত্তৰাখণ্ডঃ ৩১
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • গোৱাঃ ৭
  • ঝাৰখণ্ডঃ ৪
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • মিজোৰামঃ ১

Post a Comment

0 Comments