ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫০লৈ বৃদ্ধি…



  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫০লৈ বৃদ্ধি।
  • এতিয়ালৈকে আক্ৰান্ত হৈছে ৫,২৪৭ গৰাকী লোক।
  • আৰোগ্য হৈছে মুঠ ৪৩৩ গৰাকী লোক।
  • এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৪,৬৬৪ গৰাকী লোকৰ।
  • ভাৰতত সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে এতিয়ালৈকে ১০১৮ গৰাকী লোক।
  • ৬০ গৰাকী লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত।
  • অসমত ২৮ গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।

Post a Comment

0 Comments