ত্ৰিপুৰাৰ কোৰোনাত আক্ৰান্ত থকা গুৱাহাটীৰ হোটেল ছীল…



  • কোৰোনাতাত আক্ৰান্ত হোৱা ত্ৰিপুৰাৰ প্ৰথমগৰাকী ৰোগী বাস কৰা গুৱাহাটীৰ হোটেল ছীল।
  • বুধবাৰে প্ৰশাসনে ছীল কৰিছে পল্টনবজাৰৰ সুখমণি নামৰ হোটেলখন।
  • উল্লেখ্য যে, কামাখ্যা মন্দিৰৰ দৰ্শনৰ বাবে আহিছিল ত্ৰিপুৰাৰ মহিলাগৰাকী।
  • বালাজী আৰু বশিষ্ঠ মন্দিৰো দৰ্শন কৰিছিল মহিলাগৰাকীয়ে।
  • হোটেলখনৰ ২০৩ আৰু ২০৭ নং ৰূমত আছিল গীতা কৰ্মকাৰ আৰু পৰিয়াল।

Post a Comment

0 Comments