NIA-ৰ আদালতে দিয়া জামিনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ, অখিল গগৈক জিম্মাত ল’ব পাৰিব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই

  • NIA-য়ে জিম্মাত ল’ব পাৰিব অখিল গগৈক।
  • পূৰ্বে NIA-ৰ আদালতে দিয়া ৰায়ত স্থগিতাদেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
  • ৯০ দিনৰ পিছত অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে NIA-ৰ আদালতে দিছিল অখিল গগৈক জামিন।
  • এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটো।
  • বৰ্তমান চাবুৱা থানাত ৰুজু হোৱা এটা গোচৰত কাৰাগাৰত আছে অখিল গগৈ।

Post a Comment

0 Comments