লকডাউনৰ মাজতে লামডিঙত বিধ্বংসী অগ্নিকাণ্ড…VIDEO

  • লকডাউনৰ মাজতে লামডিঙত বিধ্বংসী অগ্নিকাণ্ড।
  • লামডিঙৰ বি এম বি বিদ্যালয়ৰ সমীপত এই অগ্নিকাণ্ড।
  • সম্পূৰ্ণৰূপে জুইত জাহ গ’ল পাচোঁটাকৈ বাসগৃহ ৷
  • সময়মতে অগ্নি নিৰ্বাপকবাহীনি উপস্থিত হোৱাত ওচৰৰ বহুতো বাসগৃহ জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে৷
  • বিধ্বংসী জুইৰ সুত্ৰপাত আশিষ মজুমদাৰ ঘৰৰ পৰা উৎপত্তি হোৱাৰ সন্দেহ৷
  • লামডিঙৰ বিধায়কে পৰিয়াটোৰ কাষত উপস্থিত হৈ আৰ্থিকভাৱে সাহায্য প্ৰদান কৰাৰ লগতে ঘৰ সমূহ পুনৰ নিৰ্মানৰ আশ্বাস দিয়ে ৷

Post a Comment

0 Comments