ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ ভাৰতীয় সেনাবাহিনীৰ জোৱান, VIDEO



ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। এইবাৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ভাৰতীয় সেনাবাহিনীৰ এগৰাকী জোৱান। মঙলবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে বিশ্বনাথৰ গৰেহাগী গাঁৱৰ পৰা অমল দাস নামৰ যুৱকজনক কৰায়ত্ব কৰি ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।

Post a Comment

0 Comments